ব্ৰহ্মপুত্ৰত অব্যাহত উদ্ধাৰ অভিযান



ব্ৰহ্মপুত্ৰত অব্যাহত উদ্ধাৰ অভিযান 



ব্ৰহ্মপুত্ৰৰ নাও দুৰ্ঘটনাত বৰ্তমানলৈকে ১১জন উদ্ধাৰ হৈছে । চাৰিখন নাও উদ্ধাৰ অভিযানত নামি পৰিছে বুলি জনায় আৰক্ষীয়ে । আনহাতে, ঘটনাস্থলীত উপস্থিত থকা লোকসকলে অভিযোগ কৰি কয় যে ব্ৰহ্মপুত্ৰত চলি থকা প্ৰায়বোৰ নাৱৰে অৱস্থা অতি শোচনীয় ।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা অংকিত বৰুৱা নামৰ ছাত্ৰীগৰাকীৰ ঘৰ উত্তৰ গুৱাহাটীৰ শিলাসাঁকোত বুলি জানিব পৰা গৈছে ৷ 









মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.n
ewsASN.com

Comments