coal sindiket borak#বৰাকত_কয়লা#সৰবৰাহৰ_ছিণ্ডিকেট_চলিছে :

#বৰাকত_কয়লা#সৰবৰাহৰ_ছিণ্ডিকেট_চলিছে : #বিধায়ক_আনোৱাৰ_হুছেইন_লস্কৰ



#বৰাকৰ পৰা #আব্দুল_আলিম_চৌধুৰী



#মুখ্য মন্ত্রী সর্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে 'জিৰ' ট'লাৰেন্স'

নীতিক ভূলুণ্ঠিত কৰি মেঘালয়ৰ পৰা কাছাৰৰ মালিডহৰ হৈ বৰাক উপত্যকাত সোমাইছে কয়লা। সোণোৱাল চৰকাৰৰ পৃষ্ঠপোষকতাত বৰাকত পুনৰ মূৰ দাঙি উঠিছে কয়লা সৰবৰাহৰ ছিণ্ডিকেট।

দিছপুৰৰ এটা প্রভাৱশালী চক্রৰ সহযোগত

চলিছে এনে কার্য। আজি সংবাদ মাধ্যমৰ আগত উক্ত মন্তব্য কৰে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে।



মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments