kampur incident two girl missing kampur river কপিলী নৈত গা ধুবলৈ গৈ ২ কি...



#কামপুৰ নিজ জৰাবাৰীত কপিলী নৈত গা ধুবলৈ গৈ ২ কিশোৰী সন্ধানহীন

#কামপুৰৰ বিশেষ প্ৰতিবেদক

#কামপুৰ নিজ জৰাবাৰীত অঘটন৷ কপিলী নদীত গা ধুবলৈ গৈ দুই কিশোৰী সন্ধানহীন৷ স্থানীয় ৰাইজে নাও লৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান৷ সন্ধানহীন কিশোৰী দুগৰাকী ধুনুলিকা ডেকাৰজা আৰু জান পাটৰ৷ ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী৷

Comments