kampur incident two girl missing #kampur river one girl dead body rescue

 #কপিলীত গা ধুবলৈ গৈ নিখোঁজ ২ কিশোৰী : এগৰাকীৰ মৃতদেহ উদ্ধাৰ

#কামপুৰৰ বিশেষ প্ৰতিবেদক

#কামপুৰত কপিলী নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰী দুগৰাকীৰ ভিতৰত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ এছ ডি আৰ এফৰ। উদ্ধাৰ কৰা কিশোৰীগৰাকী ধুনুলিকা ডেকাৰজা। আনগৰাকী কিশোৰীৰ উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত ৰাখিছে এছ ডি আৰ এফে।





মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments