public protest against agp main office Guwahati #ৰাজপথত_অগপ_কৰ্মীৰ_অসভ্যালি



মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com





#ৰাজপথত_অগপ_কৰ্মীৰ_অসভ‍্যালি



#ৰাজপথতে শাৰীৰিকভাবে মহিলাক অপদস্থ কৰিলে অগপ কৰ্মী #সুশীল_ডেকাই । বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো আক্ৰমণ কৰে অগপ কৰ্মীয়ে।

মঙলবাৰে #বিজেপিৰ সৈতে #অসম_গণ_পৰিষদৰ মিত্ৰতা হোৱাৰ পিছত ক্ষুদ্ধ হৈ পৰিছিল দলটোৰ কৰ্মীসকল। শনিবাৰে অগপৰ তৃণমূল কৰ্মীয়ে ঘেৰাও কৰিছিল আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয় । কিন্তু প্ৰতিবাদকাৰীক আধাতেই বাধা প্ৰদান কৰি আক্ৰমণ কৰে অগপ কৰ্মীজনে ।

Comments