অসচেতনতা ফলত ঘটিব পাৰে এনেকুৱা কিছুমান ঘটনাৰ....

অসচেতনতা ফলত ঘটিব পাৰে এনেকুৱা কিছুমান ঘটনাৰ....


অপৰাধীক উচিত শাস্তি দিয়া হওঁক, চচিয়েল মেডিয়া মানেই যিকোনো তথ্য প্ৰকাশৰ মাধ্যম হ'ব নোৱাৰে । ব্যৱহাৰ ক্ষেত্ৰত সকলোৱে নিজে বিচাৰ বিশ্লেষণ কৰি চোৱা প্ৰয়োজনীয়তা আছে । চচিয়েল মেডিয়াই এখন সমাজ গঢ় দিব পাৰে আৰু ধ্বংসৰ কৰাল গ্ৰাসলৈও ঠেলি দিব পাৰে ।  উৰাবাতৰি এক সামাজিক ব্যাধি... social crime, এনেকুৱা পষ্ট কৰা সকলক তাৎক্ষণিক ভাৱে  Internet Cyber Crime ৰ অপৰাধত চৰকাৰীভাৱে Case File কৰা হ'ব । ⬇

www.ic3.gov/default.aspx
www.cybercrimecomplaintcenter.com
www.cybercomplaint.in/complaint
www.fbi.gov
www.staysafeonline.org

👇👇
"সাৱধান ৰাইজ...
বিহাৰৰ পৰা 500 মান নৰপিশাচ আহি আমাৰ ডিমাপুৰ হেন ঠাইত হিজৰা ভাও ধৰি ভিক্ষা মাগিবলৈ সোমাই, তাৰ পাছত মতা মানুহ নথকা সুজুগত ঘৰৰ সকলোকে কাটিমাৰি লুতপাত কৰি সকলো লৈ গৈছে....
তাৰে কিছুমান আৰক্ষী হাতত ধৰা পৰিছে..
সকলোকে জনাব বিছাৰো যে , কাপোৰ বেপাৰী পৰা বাবা ভিক্ষাৰী লৈকে অচিনাকি ব্যক্তি ঘৰৰ ভিতৰত সোমাব নিদিব ... Plz shair"

 👆বিকৃত মানসিকতা স্বৰূপ এইয়া👆

এনেকুৱা মেছেজ আৰু পষ্ট সমূহ কিয় প্ৰেৰণ কৰি আছে ?
কথাষাৰৰ...কিমান সত্যতা আছে... মোৰ সন্দেহ হৈছে ! ?  হয়তো এইয়া এক উৰাবাতৰি হ'ব পাৰে , যদি ডিমাপুৰৰ দৰে অঞ্চলত এনেকুৱা লোক সোমাইছে  নিশ্চয় চিন্তাৰ কাৰণ । সঠিক শাস্তি দিব লাগে ।  কিন্তু মোৰ বোধেৰে এইয়া এক উৰা বাতৰি ! সত্যতা হোৱা হ'লে   বাতৰিকাকত, টিভিৰ দ্বাৰা বাতৰি পৰিবেশন হ'ল হেতেন ফটো আৰু ভিডিও সহায়েৰে , কিন্তু তেনেকুৱা একো দেখা পোৱা নাই । এনে  উৰা বাতৰিৰ প্ৰশ্ৰয় আৰু এচাম অন্ধ বিশ্বাসী লোকে চচিয়েল মেডিয়া ৰ দ্বাৰা বিশেষকৈ ফেচবুকৰ সহায়ত আৰু whats App ৰ দ্বাৰা । কাম নথকা মানুহৰ সময় পাৰ কৰিবলৈ এনেকুৱা পষ্ট সমূহ  প্ৰকাশ কৰি আহিছে । যাৰ ফলত যোৱা দুই এটা দিনত কাৰ্বি পাহাৰৰ ঘটনাই হওঁক নতুবা ডাইনী হত্যাৰ ঘটনাই হওক ! এইবোৰ ঘটনা ঘটিছে । যিয়ে এইসমূহ পোষ্ট শ্বেয়াৰ কৰে তেওঁকে উচিত শাস্তি দিয়াৰ লগতে তেওঁলৈ যিজনে প্ৰেৰণ কৰে তেওঁৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে । তেনেকৈ কৰিলে হয়তো এনে সমস্যাৰ পৰা কিছু অৱসান পোৱা যাব ।  এজন সাংবাদিকতাৰ সৈতে জড়িত ব্যক্তি হিচাপে মোৰ এইয়া নিজা ব্যক্তিগত মতামত ।

ashwainikumargogoi@gmail.com
Twitter.com/Journalist_ashwaini
www.journalistashwini.blogspot.com
https://www.ic3.gov/default.aspx

Comments