mangaldai mp ramen deka agaainst darang dist assamese youva manch protest

 #মঙলদৈত_অকৰ্মণ্য_সাংসদ_ৰমেন_ডেকাৰ প্ৰতিকৃতি দাহ

#দৰং জিলালৈ ৰে'ল লাইন সম্প্ৰসাৰণ, চাৰি লে'নযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ ভুৱা প্ৰতিশ্ৰুতিৰ প্ৰতিবাদত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ দৰং জিলা সমিতিৰ সাংসদ ৰমেন ডেকাৰ প্ৰতিকৃতি দাহ৷







মোৰ লক্ষ্য, মই কঢ়িয়াবলৈ চেষ্টা কৰিম - প্ৰতি পল,প্ৰতি ক্ষণত ভাল খবৰৰ সুবাস বিলাবলৈ...
সত্যৰ সন্ধানত,আপোনাৰ কাষত...
www.asomkhobor.com
www.dainandinbartagroup.in
www.newsASN.com

Comments